বিততবিতত হ
বিতত কৰ্ (Assamese) [ Roman: bi.tot kor]
Contributed by: Partha P Sarmah on 2008-05-11
English: baffle, bamboozle, confuse, mystify, perplex, puzzle,
Assamese: আউল লাগ, কাছুটি হেৰুৱা, খপজপ লাগ্, খেলিমেলি লাগ, তত এৰ্, তত হেৰুৱা, তত-নাইকিয়া হ, তধাউৰি খা, তধামূৰি খা, থৰ-কাছুটি এৰ্, থৰ-কাছুটি হেৰুৱা, থৰ-যুগুতি এৰ্, পদাপাল দেখ্, বগুৱা লাগ্, বিচূৰ্ত্তি হ, বিতত কৰ্, বিতত হ, বিপাঙত পেলা, বিবুদ্ধি হ, বিবুদ্ধিত পেলা, বিভ্ৰান্ত কৰ্, বিমূৰত পেলা, বিমোৰত পৰ্, বুদ্ধিভ্ৰষ্ট হ, ভেবা লাগ্, মোৰ হেৰা, হেহোঁ-নেহোঁ কৰ্,
Bodo: फेलें जानाई, बेन्दों,
Khasi: khang, pynbeit, pynkulmar,
Garo: man`dikata,
Karbi: manghu,
Nepali: अलमल्ल पार्नु
বিতত কৰ্ (Assamese) [ Roman: bi.tot kor]
Contributed by: Partha P Sarmah on 2008-05-11
1. (Verb-Intran.) Become impaired orientation with respect to time, place, or person; a disturbed mental state সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷